এগৰাকী প্ৰবীণ সাংবাদিক দিম্পি কাশ্যপ আৰু নাই !!

Dimpi Kashyap

LOCKDOWN ৰ মাজতে গুৱাহাটীৰ মাজমজিয়াত শোকাবহ পথ দুৰ্ঘটনা । সুন্দৰপূৰৰ সমীপতে সংঘটিত হয় দুৰ্ঘটনাটো । এগৰাকী প্ৰবীণ সাংবাদিক দিম্পি কাশ্যপ থিতাতে মৃত্যু হয় ।
এটা ৱেব পৰ্টেলত কৰ্মৰত আছিল দিম্পি কাশ্যপ । স্কুতিৰে সহ কৰ্মী অৰূপ মৰাংৰ সৈতে কাৰ্য্যালয়ৰ পৰা উভটিছিল সাংবাদিক গৰাকী ।
দিম্পিয়ে কটন বিশ্ববিদ্যালয়ৰ পৰা গণ সংযোগ আৰু সাংবাদিকতা অধ্যয়ন শেষ কৰি শেহতীয়াকৈ এটা ৱেব পৰ্টেলত কৰ্মৰত আছিল ।

Related Posts

Categories

Latest Videos