কেন্দ্ৰৰ পৰা অসমে লাভ কৰিছে ১৪৪১.৪৮ কোটি টকা

lockdown

কেন্দ্ৰৰ পৰা অসমে লাভ কৰিছে ১৪৪১.৪৮ কোটি টকা

কেন্দ্ৰৰ পৰা অসমে লাভ কৰিছে ১৪৪১.৪৮ কোটি টকা কৰণাৰ সৈতে যুঁজিবলৈ এই ধন কেন্দ্ৰই আগবঢ়াইছে ,

ৰাজহ সংগ্ৰহৰ পথ অতি সীমিত হৈ থকা সত্বেও সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয়া বিত্ত মন্ত্ৰী শ্ৰীযুতা নিৰ্মলা সীতাৰমণ মহোদয়াই ৰাজ্যসমূহলৈ কেন্দ্ৰীয় কৰৰ অংশ প্ৰদানৰ নিশ্চয়তা প্ৰদান কৰিছে ৷
অসমেও এই কৰৰ অংশ হিচাপে ১৪৪১.৪৮ কোটি টকা প্ৰথম কিস্তি হিচাপে লাভ কৰিছে ৷

সাম্প্ৰতিক জটিল ক্ষণত আমাৰ বাবে এয়া এক ডাঙৰ সকাহ ৷
কেন্দ্ৰীয় চৰকাৰলৈ কৃতজ্ঞতা জ্ঞাপন স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
অসম আৰোগ্য নিধিলৈ অহা বৰঙণিৰ পৰিমান ১০০.৫০ কোটি টকা হ’লগৈ ৷এইদৰে মুক্তহস্তে বৰঙণি আগবঢ়োৱা ৪৬ হাজাৰ ৪৭০ গৰাকী ব্যক্তিলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Related Posts

Categories

Latest Videos