লকডাউনৰ মাজতে ৰাজ্যত বৃদ্ধি পাইছে কৰণাত আক্রান্তৰ সংখ্যা

coronavirus

লকডাউনৰ মাজতে ৰাজ্যত বৃদ্ধি পাইছে কৰণাত আক্রান্তৰ সংখ্যা ।

ৰাজ্যত পুনৰ 8৭৯ জন লোকৰ দেহত সংক্ৰমিত হৈছে মাৰাত্মক কৰণা ভাইৰাছ

8৭৯ জনৰ ভিতৰত ২৩৮ জন লোকেই গুৱাহাটী মহানগৰী বুলি জানিব পৰা গৈছে ।

দৈনিক বৃদ্ধি পাইছে ৰাজ্যত কৰণাত আক্রান্তৰ সংখ্যা । বৰ্তমানলৈকে সমগ্ৰ ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা হল ৯৪৩৮ জন লোক ।
ইয়াৰে ভিতৰত ৬১০৬ গৰাকী লোক বৰ্তমানে সুস্থ হৈ নিজ ঘৰলৈ উভটিছে ।

আনহাতে এতিয়াও ৩৩১১ জন লোক চিকিৎসাধিন হৈ আছে ।

Related Posts

Categories

Latest Videos