হিন্দু জাগৰণ মঞ্চৰ প্ৰশংসনীয় পদক্ষেপ । 

হিন্দু জাগৰণ মঞ্চৰ প্ৰশংসনীয় পদক্ষেপ । 

হিন্দু জাগৰণ মঞ্চ, অসমৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু নগাওঁ আঞ্চলিক সমিতি আৰু নগাওঁ ৰাস সমিতিৰ সহযোগত আজি নগাওঁ ৰাস মন্দিৰ চৌহদ, নগাওঁ প্ৰাথমিক বিদ্যালয়ৰ চৌহদৰ লগতে পঞ্চায়ত তথা সমূহীয়া ভবনলৈ যোৱা পথত চাফাই অভিযান কাৰ্যসূচী ৰূপায়িত কৰা হয়। উক্ত চাফাই অভিযানত শতাধিক হিন্দু জাগৰণ মঞ্চৰ সদস্যৰ উপৰিও স্থানীয় ৰাইজে অংশগ্রহণ কৰে।

 

 

 

 

 

Related Posts

Categories

Latest Videos