ইছলাম ধৰ্মীয় যুৱতীয়ে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম

0

ইছলাম ধৰ্ম এৰি হিন্দু সনাতন ধৰ্মলৈ প্ৰত্যাৱৰ্তন ৰঙিয়াৰ এগৰাকী উচ্চ শিক্ষিত মুচলমান যুৱতীৰ।
নগাঁও চহৰৰ শ্ৰী শ্রী জখলাবন্ধা সত্ৰত হিন্দু সনাতন ধর্মত দীক্ষিত হ’ল ৰেজিনা বেগম নামৰ উচ্চশিক্ষিতা যুৱতীগৰাকী।
ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ ৰেজিনা বেগম হ’ল এতিয়া  অনন্যা দেউৰী।
সত্ৰখনিৰ সত্ৰাধিকাৰে সনাতনী নিয়মৰ মাজেৰে দীক্ষা প্ৰদান কৰে ৷ সত্ৰৰ মজিয়াত হোম যজ্ঞত অংশ লৈ শৰণ গ্ৰহণ কৰে যুৱতীগৰাকীয়ে ৷ ইয়াৰ পিছতে ইছলাম ধৰ্মী যুৱতীগৰাকীয়ে পূৰ্বৰ নাম পৰিহাৰ কৰি অনন্যা দেউৰি নামেৰে পৰিচিত হয়।

Leave A Reply

Your email address will not be published.