অসমৰ নতুন ৰাজ্যপাল ৰূপে শপত লক্ষ্মণ প্রসাদ আচাৰ্যৰ
অসমৰ নতুন ৰাজ্যপাল হিচাপে মঙলবাৰে লক্ষ্মণ প্ৰসাদ আচাৰ্যই শপত গ্ৰহণ কৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে নৱনিযুক্ত ৰাজ্যপালগৰাকীক শপতবাক্য পাঠ কৰায় । উল্লেখ্য যে অসমৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণৰ পূৰ্বে আচাৰ্যই ছিকিমৰ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰিছিল। ১৯৫৪ চনৰ ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত আচার্যই জন্মগ্রহণ কৰিছিল। ১৯৭৩ চনত বাৰানসীৰ ৰামনগৰত থকা…
