কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি।
বিষ্ণুপ্ৰসাদ ৰাভা বাওঁপন্থী আছিল নেকি ? বিষ্ণুপ্ৰসাদ ৰাভা নিজৰ মহান কাম আৰু সামাজিক দিশত আগবঢ়োৱা অৱদানৰ বাবে সদায় স্মৰণীয় হৈ থাকিব। তেওঁ নিজকে এজন বিশিষ্ট ব্যক্তি হিচাপে প্ৰমাণ কৰিবলৈ কাৰো পৰা অনুমোদন বা আদৰ্শ ধাৰ কৰা নাছিল। তেওঁ সদায় পৰিস্থিতি অনুসৰি নিজকে গঢ় দিবলৈ সক্ষম হৈছিল। যিকোনো পৰিস্থিতিক তেওঁ সুযোগ হিচাপে লৈ তাৰ ওপৰত নিজ…
