পেৰিছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনা
পেৰিছ অলিম্পিকত বিজয়ৰে যাত্ৰা আৰম্ভ কৰিলে অসম কন্যা লাভলীনা বৰগোঁহায়ে। ৩১ জুলাই, বুধবাৰে লাভলীনাই ৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াছিল। মেচখনত লাভলীনাৰ প্ৰতিদ্বন্দি আছিল নৰৱেৰ ছুনিভা হফষ্টাড। ৰাউণ্ড অফ-১৬ ৰ এই মেচখনত লাভলীনাই ৫-০ ব্যৱধানত বিজয় সাব্যস্ত কৰি পৰৱৰ্তী কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। তেওঁৰ পৰৱৰ্তী মেচ আছে ৪ আগষ্টত। মেচখনত লাভলীনাৰ প্ৰতিদ্বন্দি ছুনিভা হফষ্টাডে…
