পেৰিছ অলিম্পিকত চমক প্ৰদৰ্শন ভাৰতীয় শ্বুটাৰ মনু ভাকেৰৰ।
চলিত অলিম্পিকত তাৰকা শ্বুটাৰগৰাকীয়ে ইতিমধ্যে দুটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াইছে । পেৰিছ অলিম্পিকত নিজক দক্ষতাৰে ৰচা ইতিহাসক অধিক জিলিকাই তুলিবলৈ আগবাঢ়িছে শ্বুটাৰগৰাকী। এতিয়া পেৰিছত আন এক পদক জয়ৰ দিশে আগবাঢ়িছে ভাকেৰ। ২৫ মিটাৰ পিষ্টল ইভেণ্টৰ কোৱালিফায়িং ৰাউণ্ডত ফাইনেলত প্ৰৱেশ কৰিছে মনু ভাকেৰে। কোৱালিফায়িং ৰাউণ্ডত দ্বিতীয় স্থান লাভেৰে মনু ভাকেৰে স্থান নিশ্চিত কৰিলে…
