আজি সুভাষ চন্দ্ৰ বসুৰ ১২৮ সংখ্যক জন্ম জয়ন্তী
সুভাষ চন্দ্ৰ বসুৰ জন্ম হয় ১৮৯৭ চনৰ ২৩ জানুৱাৰী তাৰিখে বংগ প্ৰদেশৰ উৰিষ্যা ডিভিজনৰ কটকত। দেউতাক জানকীনাথ বসু এজন উকীল আৰু মাক প্ৰভাৱতী দেৱী।মাক-দেউতাকৰ ১৪ টি সন্তানৰ ভিতৰত সুভাষ নৱম সন্তান। ১৯০২ চনৰ জানুৱাৰী মাহত তেওঁ প্ৰটেষ্টাণ্ট ইউৰোপিয়ান স্কুলত নাম লগায়। বেপ্টিষ্ট মিছনে চলোৱা এই স্কুলত তেওঁ ১৯০৯ চনলৈকে পঢ়ি ৰেৱেনশ্ব’ কলেজিয়েট স্কুলত পঢ়িবলৈ যায়। ৰেৱেনশ্ব’ৰ…
