বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতন

বাংলাদেশত সংৰক্ষণবিৰোধী আন্দোলনে ছন্দপতন ঘটালে শ্বেখ হাছিনা চৰকাৰক। পৰিস্থিতি গৈ এনে পৰ্যায় পালে যে, প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাসৰ পৰা হেলিকপ্টাৰ লৈ পলায়ন কৰে। ৰাজধানী ঢাকাত প্ৰধানমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰাৰ কথা আছিল যদিও প্ৰতিবাদকাৰীৰ ৰুদ্ৰ ৰূপ দেখি ততাতৈয়াকৈ পলায়ন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। বাংলাদেশৰ পৰা পলায়ন কৰাৰ পাছত শ্বেখ হাছিনাই কত আশ্ৰয় লব, তাক লৈ এতিয়া চৰ্চা হৈছে। ৰাষ্ট্ৰীয়…

Read More

পেৰিছ অলিম্পিকত যাত্ৰা সামৰিলে লাভলীনাই…

দেওবাৰে কোৱাৰ্টাৰ ফাইনেলত চীনৰ লী কিয়ানৰ বিৰুদ্ধে পৰাজয়বৰণ কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁয়ে। ২০২০ৰ টকিঅ’ অলিম্পিকত ভাৰতৰ বাবে বঞ্জৰ পদক আজুৰি অনা লাভলীনা এইবেলি কোৱাৰ্টাৰ ফাইনেলতে থমকি ৰব লগা হ’ল। ৪-১ ব্যৱধানত পৰাস্ত হয় লাভলীনা। যাৱতীয় সকলো প্ৰস্তুতি কৰিও প্ৰৱল আত্মবিশ্বাসেৰে পেৰিছ অলিম্পিকত প্ৰৱেশ কৰা লাভলীনাৰ যাত্ৰা ইতি পৰিল।

Read More

Safeguarding rhinos from food menace

Protecting single horn rhinoceros in Assam confronts a major challenge other than the poaching and that’s the perennial flood hitting northeast India annually. Often poaching of a one-horned rhino makes international media headlines, but it gets subdued attention when significant numbers of precious rhinos are wiped out in a single wave of flood caused by…

Read More

পেৰিছ অলিম্পিকত চমক  প্ৰদৰ্শন ভাৰতীয় শ্বুটাৰ মনু ভাকেৰৰ।

চলিত অলিম্পিকত তাৰকা শ্বুটাৰগৰাকীয়ে ইতিমধ্যে দুটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াইছে । পেৰিছ অলিম্পিকত নিজক দক্ষতাৰে ৰচা ইতিহাসক অধিক জিলিকাই তুলিবলৈ আগবাঢ়িছে  শ্বুটাৰগৰাকী। এতিয়া পেৰিছত আন এক পদক জয়ৰ দিশে আগবাঢ়িছে ভাকেৰ।  ২৫ মিটাৰ পিষ্টল ইভেণ্টৰ কোৱালিফায়িং ৰাউণ্ডত ফাইনেলত প্ৰৱেশ কৰিছে মনু ভাকেৰে। কোৱালিফায়িং ৰাউণ্ডত দ্বিতীয় স্থান লাভেৰে মনু ভাকেৰে স্থান নিশ্চিত কৰিলে…

Read More

পেৰিছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনা

পেৰিছ অলিম্পিকত বিজয়ৰে যাত্ৰা আৰম্ভ কৰিলে অসম কন্যা লাভলীনা বৰগোঁহায়ে। ৩১ জুলাই, বুধবাৰে লাভলীনাই ৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াছিল। মেচখনত লাভলীনাৰ প্ৰতিদ্বন্দি আছিল নৰৱেৰ ছুনিভা হফষ্টাড। ৰাউণ্ড অফ-১৬ ৰ এই মেচখনত লাভলীনাই ৫-০ ব্যৱধানত বিজয় সাব্যস্ত কৰি পৰৱৰ্তী কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। তেওঁৰ পৰৱৰ্তী মেচ আছে ৪ আগষ্টত। মেচখনত লাভলীনাৰ প্ৰতিদ্বন্দি ছুনিভা হফষ্টাডে…

Read More

২১ আগষ্টতহে GU ৰ উপাচাৰ্য হিচাপে দায়িত্ব লোৱাৰ সিদ্ধান্ত ননী গোপাল মহন্তৰ

চৌদিশে হোৱা তীব্ৰ প্ৰতিক্ৰিয়া দেখি হাৰ মানিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য ড০ ননী গোপাল মহন্তই। বৰ্তমানৰ উপাচাৰ্য ড০ প্ৰতাপজ্যোতি সন্দিকৈৰ কাৰ্যকাল অন্ত পৰাৰ পাছতহে বিশ্ববিদ্যালয়খনৰ নতুন উপাচাৰ্য হিচাপে দায়িত্ব ল’ব ড০ মহন্তই। এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কলৈ এক পত্ৰ প্ৰেৰণ কৰিছে মহন্তই।পত্ৰৰ মাধ্যমেৰে মহন্তই উল্লেখ কৰিছে যে ২১ আগষ্ট ২০২৪ ত হে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ…

Read More

“Chitagni” – Seva Bharati’s mobile cremation system operational at Churalmala, Wayanad landslide disaster site

The death toll in Wayanad’s Churalmalai landslide has crossed 100. The bodies are still being recovered. Due to the incessant rains, not only the rescue operation but also the burial of the recovered bodies are being hampered. Seva Bharati’s mobile mortuary system has been made operational at Chitagni Churalmala to dispose of these dead bodies….

Read More