হিন্দু_সাম্ৰাজ্য_দিৱস
আজিৰ দিনটো এটা বিশেষ দিন। আজিৰ দিনটোৰে সেই বিশিষ্ট ঘটনাক সোৱৰাই দিয়ে, যিয়ে ভাৰতৰ বুৰঞ্জী ধাৰাক পৰিবৰ্তিত কৰি দিছিল। সেই ঘটনাটো হ’ল ছত্রপতি শিৱাজী মহাৰাজৰ দ্বাৰা সাৰ্বভৌম স্বতন্ত্র হিন্দু ৰাজ্য স্থাপনাৰ ঘটনা। ইতিহাস পঢ়িলে দেখা যায় যে বহুতো ৰজাই নিজৰ স্বাধীন ৰাজ্য স্থাপন কৰিছে; কিন্তু শিৱাজী মহাৰাজৰ ৰাজ্যাভিষেক ঘটনা অন্যান্য সাধাৰণ ৰাজ্য স্থাপনৰ ঘটনাৰ দৰে…
