NewsBharatiNE

পেৰিছ অলিম্পিকত চমক  প্ৰদৰ্শন ভাৰতীয় শ্বুটাৰ মনু ভাকেৰৰ।

চলিত অলিম্পিকত তাৰকা শ্বুটাৰগৰাকীয়ে ইতিমধ্যে দুটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াইছে । পেৰিছ অলিম্পিকত নিজক দক্ষতাৰে ৰচা ইতিহাসক অধিক জিলিকাই তুলিবলৈ আগবাঢ়িছে  শ্বুটাৰগৰাকী। এতিয়া পেৰিছত আন এক পদক জয়ৰ দিশে আগবাঢ়িছে ভাকেৰ।  ২৫ মিটাৰ পিষ্টল ইভেণ্টৰ কোৱালিফায়িং ৰাউণ্ডত ফাইনেলত প্ৰৱেশ কৰিছে মনু ভাকেৰে। কোৱালিফায়িং ৰাউণ্ডত দ্বিতীয় স্থান লাভেৰে মনু ভাকেৰে স্থান নিশ্চিত কৰিলে…

Read More

পেৰিছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনা

পেৰিছ অলিম্পিকত বিজয়ৰে যাত্ৰা আৰম্ভ কৰিলে অসম কন্যা লাভলীনা বৰগোঁহায়ে। ৩১ জুলাই, বুধবাৰে লাভলীনাই ৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াছিল। মেচখনত লাভলীনাৰ প্ৰতিদ্বন্দি আছিল নৰৱেৰ ছুনিভা হফষ্টাড। ৰাউণ্ড অফ-১৬ ৰ এই মেচখনত লাভলীনাই ৫-০ ব্যৱধানত বিজয় সাব্যস্ত কৰি পৰৱৰ্তী কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। তেওঁৰ পৰৱৰ্তী মেচ আছে ৪ আগষ্টত। মেচখনত লাভলীনাৰ প্ৰতিদ্বন্দি ছুনিভা হফষ্টাডে…

Read More

২১ আগষ্টতহে GU ৰ উপাচাৰ্য হিচাপে দায়িত্ব লোৱাৰ সিদ্ধান্ত ননী গোপাল মহন্তৰ

চৌদিশে হোৱা তীব্ৰ প্ৰতিক্ৰিয়া দেখি হাৰ মানিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য ড০ ননী গোপাল মহন্তই। বৰ্তমানৰ উপাচাৰ্য ড০ প্ৰতাপজ্যোতি সন্দিকৈৰ কাৰ্যকাল অন্ত পৰাৰ পাছতহে বিশ্ববিদ্যালয়খনৰ নতুন উপাচাৰ্য হিচাপে দায়িত্ব ল’ব ড০ মহন্তই। এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কলৈ এক পত্ৰ প্ৰেৰণ কৰিছে মহন্তই।পত্ৰৰ মাধ্যমেৰে মহন্তই উল্লেখ কৰিছে যে ২১ আগষ্ট ২০২৪ ত হে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ…

Read More

“Chitagni” – Seva Bharati’s mobile cremation system operational at Churalmala, Wayanad landslide disaster site

The death toll in Wayanad’s Churalmalai landslide has crossed 100. The bodies are still being recovered. Due to the incessant rains, not only the rescue operation but also the burial of the recovered bodies are being hampered. Seva Bharati’s mobile mortuary system has been made operational at Chitagni Churalmala to dispose of these dead bodies….

Read More

Sangh and Seva Bharati in relief work

Kerala. RSS and Seva Bharati swayamsevaks are actively involved in relief operations in the flood-affected areas of Mundakkai, following the landslide on July 29. State, district, and local karyakartas of RSS, as well as Seva Bharati volunteers, are working together to provide aid. By 8 am, swayamsevaks (RSS volunteers) reached the spot and began relief…

Read More

UPSCৰ নতুন অধ্যক্ষ নিযুক্তি…

UPSC ৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰিলে প্ৰীতি চোদানক । ১আগষ্ট ২০২৪ৰ পৰা তেওঁ এই দায়িত্ব গ্ৰহণ কৰিব। প্ৰীতি চোদান আছিল ১৯৮৩বেটচৰ আই এছ বিষয়া। ২০২৫ৰ এপ্ৰিলৰ লৈকে ইউ পি এছ চিৰ অধ্যক্ষ হিচাপে দায়িত্বত থাকিব তেওঁ। পূৰ্বতে তেওঁ কেন্দ্ৰীয় খাদ্য মন্ত্ৰণালয়ৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। UPSCৰ অধ্যক্ষ হোৱা চোদান হ’ল দ্বিতীয়গৰাকী মহিলা।

Read More

অসমৰ নতুন ৰাজ্যপাল ৰূপে শপত লক্ষ্মণ প্রসাদ আচাৰ্যৰ

অসমৰ নতুন ৰাজ্যপাল হিচাপে মঙলবাৰে লক্ষ্মণ প্ৰসাদ আচাৰ্যই শপত গ্ৰহণ কৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে নৱনিযুক্ত ৰাজ্যপালগৰাকীক শপতবাক্য পাঠ কৰায় । উল্লেখ্য যে অসমৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণৰ পূৰ্বে আচাৰ্যই ছিকিমৰ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰিছিল। ১৯৫৪ চনৰ ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত আচার্যই জন্মগ্রহণ কৰিছিল। ১৯৭৩ চনত বাৰানসীৰ ৰামনগৰত থকা…

Read More